মাইক্ৰ ফাইনেন্সৰ ঋণ পৰিশোধ কৰিব নোৱাৰাৰ চৰকাৰৰ কাৰণ কি
মাইক্ৰ ফাইনেন্সৰ ঋণ বন্ধন বেংকৰ ঋণ টকা মুঠ ১২,৪০০ কোটিৰ টকা ।
চৰকাৰৰ সিদ্ধান্ত যে বৰ্তমান সময়ত চৰকাৰৰ পুজিত ইমান টকা জমা নাই।
চৰকাৰে ঋণ পৰিশোধ কৰিব নে ৰাজ্যত কাম কৰিব
গতিকে সিদ্ধান্ত যে ঋণ লোৱা সকলক সূতৰ ৰেহাই পাব।
মুখ্যমন্ত্ৰীয়ে সাহাৰ্য বিচাৰিছে ৰাইজৰ পৰা ।
এই কথা আজি উল্লেখ কৰিছিল সাংবাদিকৰ আগত।
0 Comments